Show/Hide Keyboard Layout

আহ অ’ ন জিলিকনি

- বিষ্ণুপ্ৰসাদ ৰাভা

আহ অ’ ন জিলিকনি, জিলিকনি

আহ অ’ ন জিলিকনি

পোহৰাই তোলা ই ধৰণী

নুমোৱা নুমোৱা (শাত) কৰা দুখৰে অগনি

নহ’লে যে হ’ব ছাই

হায় ! হায় ! হায় !

পৃথিৱী শুৱনী

চিৰ নৱ জিলিকনি ।

 

উৰুৱাই মৰু মৰতলৈ

শান্‌তিৰ কপোত কপোতী

দিয়া মেলি ডেউকাৰ ছাঁত

শান্তি, মুক্তি, প্ৰগতিৰ জিলিকনি

অ’ ন জিলিকনি ।।

Hits: 2729